• Home
  • Tag: The Kashmir Files

বন্ধুবৰ আদিল ! অভিনেতা Adil Hussain-ৰ এটা টুইটক লৈ দেশজুৰি বিতৰ্ক, বন্ধুৱে লিখিলে প’ষ্ট

Adil Hussain বন্ধুবৰ আদিল.. এনেকৈয়ে আৰম্ভ হৈছে এটা ফেচবুক প'ষ্ট। অথবা এই প'ষ্টটোক এখন বেছ দীঘলীয়া চিঠি বুলিও ক'ব পাৰিছে। শিৰোনামটো পঢ়িয়েই নিশ্চয় সকলোৱে ধৰিব পাৰিছে যে এই প'ষ্ট লিখা হৈছে বলিউড তথা হলিউডতো প্ৰতিষ্ঠা লাভ কৰা অসমৰ সুসন্তান অভিনেতা আদিল হুছেইনক লক্ষ্য কৰি। লিখিছে আদিলৰ এগৰাকী বন্ধু তথা অসমৰ…
Cinebarta The Kashmir Files Rainbow Fields2

The Kashmir Files-ৰ আগতেই নেলীৰ ঘটনাক লৈ নিৰ্মাণ হৈছিল ছবি, কিন্তু…

বলিউডত নিৰ্মাণ হোৱা আন কোনো ছবিক লৈ সমগ্ৰ ভাৰতবৰ্ষত ইমান চৰ্চা তথা বিতৰ্ক হোৱা মনত নপৰে, যিমান চৰ্চা শেহতীয়া ছবি The Kashmir Files-ক কেন্দ্ৰ কৰি পৰিলক্ষিত হৈছে ৷ যোৱা ১১ মাৰ্চত মুক্তি লাভ কৰা এই ছবিখনে বক্স অফিচত সৃষ্টি কৰিছে একপ্ৰকাৰৰ ধুমুহা ৷ মাত্ৰ ১৪ কোটি টকা বাজেটেৰে নিৰ্মাণ কৰা…

সংগ্ৰামীৰ কন্যা! মুকলি হ’ল নতুন অসমীয়া ছবি Across The Paddy Fields-ৰ ট্ৰেইলাৰ

জীয়া কাহিনীৰ ওপৰত আধাৰিত এখন হিন্দী ছবিয়ে এতিয়া সমগ্ৰ ভাৰতবৰ্ষত সৃষ্টি কৰি আছে আলোড়ন। প্ৰতিদিনে বক্স অফিচত নতুন অভিলেখ গঢ়ি আছে এই সঁচা ঘটনাৰ আধাৰত নিৰ্মিত ছবিখনে। আমি সকলোৱে জানো যে এই ছবিখনৰ নাম হৈছে 'The Kashmir Files'। এতিয়া এনে এক সঁচা ঘটনাৰ আলমতেই নিৰ্মীয়মান এখন অসমীয়া ছবিৰ ট্ৰেইলাৰ মুকলি…
The Kashmir Files

The Kashmir Files :  প্ৰৱেশ কৰিব পাৰে ২০০ কোটিৰ ক্লাবত ! বক্সঅফিচত ধুমুহা

Poster : The Kashmir Files ১৯৯০ চনত কাশ্মীৰ উপত্যকাৰ পৰা অগণন হিন্দু পণ্ডিত সম্প্ৰদায়ৰ লোকৰ প্ৰস্থানৰ ওপৰত আধাৰিত এখন হিন্দী চলচ্চিত্ৰ 'দ্য কাশ্মীৰ ফাইলছ'-এ বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। দৰ্শক তথা চিত্ৰগৃহৰ মালিকসকলে ইতিমধ্যে ভৱিষ্যতবাণী কৰিছে যে ছবিখনে টিকট বিক্ৰীত কেৱল ১০০ কোটি টকাৰ সীমা অতিক্ৰম নকৰে, ২০০ কোটি টকাৰ…