• Home
  • Category: Movies

কাঁন চলচ্চিত্ৰ মহোৎসৱলৈ পাপন, সীমান্ত কিয় ? পৰিচালকৰ প্ৰশ্ন : তীব্ৰ বিতৰ্ক

কাঁন চলচ্চিত্ৰ মহোৎসৱলৈ অসমৰ পৰা চৰকাৰী খৰচত কোন যাব আৰু কিয় যাব ? এই প্ৰশ্নক লৈ আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক। প্ৰথমতে চাই লওক সাংবাদিক অতনু ভূঞাৰ এটা টুইট : হয়, চৰকাৰীভাৱে কাঁন চলচ্চিত্ৰ মহোৎসৱলৈ যাব পাপন, সীমান্ত শেখৰকে ধৰি ৪ গৰাকী লোক। কিন্ত কিয়? কিহৰ ভিত্তিত তেওঁলোকক যোগ্য হিচাপে বাছি…

‘ছফ্‌ট পাৱাৰ’ হিচাপে ভাৰতীয় চিনেমাৰ সম্ভাৱনা : বিশিষ্ট চিত্ৰনিৰ্মাতা উৎপল দত্তৰ লেখা

উৎপল দত্ত প্ৰথমেই মেইলখনৰ প্ৰেৰকৰ নাম চাইছিলোঁ আৰু তলত প্ৰফেচৰ য়ুগাংক গোয়েলৰ নামটো মোৰ বাবে আচৰিত ঘটনা আছিল ৷ তেখেতৰ সতে মোৰ কোনো চিনাকি নাই, কিন্তু উত্তৰ পূব ভাৰতৰ কৃষিৰ বিষয়ে কৰা কামৰ প্ৰসংগত মই তেখেতৰ বিষয়ে সামান্য জানিছিলোঁ ৷ তেখেত জাৰ্মানীৰ হামবাৰ্গ বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ আইন আৰু অৰ্থনীতিৰ ডক্টৰেট, কিন্তু…
Local utpat song

চিত্ৰগৃহলৈ আহিব ‘লোকেল উৎপাত’ : জনপ্ৰিয় হৈছে ‘আকাশ চুব খোজা’ শীৰ্ষক গীতটি

ৰাজ্যৰ চলচ্ছিত্ৰপ্ৰেমীৰ অধীৰ অপেক্ষাৰ অন্ত পেলাই মুক্তিৰ বাবে সাজু হৈছে এখন নতুন অসমীয়া ছবি ৷ অসমৰ দৰ্শকক ইতিমধ্যে নতুনত্বৰ সোৱাদ প্ৰদান কৰা পৰিচালক তথা নিৰ্মাতাগোষ্ঠীয়ে এইবাৰ অসমৰ ৰাইজলৈ আগবঢ়োৱা এই নতুন ছবিখনৰ নাম– ‘লোকেল উৎপাত’ ৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা ছবিখনে মুক্তি লাভ কৰিব ১৩ মে’ত ৷…

জুবিন গাৰ্গৰ নতুন অসমীয়া ছবি ‘চিকাৰ’ : লণ্ডনত হ’ব শ্বুটিং

অসমীয়া ছবি জগতৰ বাবে আন এক নতুন খবৰ কঢ়িয়াই অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে অলপতে ঘোষণা কৰিলে তেওঁৰ নতুন অসমীয়া ছবি। ছবিখনৰ নাম 'চিকাৰ'। অহা অক্টোবৰ মাহৰ পৰা চিত্ৰগ্ৰহণ হ'বলগীয়া এই ছবিখনত এক বিশেষ চৰিত্ৰত দেখিবলৈ পোৱা যাব জুবিন গাৰ্গক। ৰঙালী বিহুৰ প্ৰাকক্ষণত মহানগৰীৰ জু ৰোডৰ গুৱাহাটী চেণ্ট্ৰেল’ত নতুন অসমীয়া চলচ্চিত্ৰ…
Dr Bezbarua 2 Motion Poster

ডক্তৰ বেজবৰুৱা-২ৰ সংগীত, মোচন প’ষ্টাৰ মুকলি : অসমীয়া ছবি চাবলৈ জুবিন গাৰ্গৰ আহ্বান অসমবাসীলৈ

অসমীয়া ছবি জগতৰ বাবে গভীৰ প্ৰত্যাশা বহন কৰি থকা এখন নতুন অসমীয়া ছবি হৈছে– ডক্তৰ বেজবৰুৱা-২ ৷ প্ৰায় পঞ্চাশ বছৰ পূৰ্বৰ এখন কালজয়ী অসমীয়া ছবি ‘ডক্তৰ বেজবৰুৱা’ৰ ছিকুৱেল ডক্তৰ বেজবৰুৱা-২ক লৈ দৰ্শকৰ মাজত পৰিলক্ষিত হৈছে ব্যাপক উৎসাহ ৷ বলিউডৰ লগতে হলিউডতো প্ৰতিষ্ঠা লাভ কৰা অসমৰ সু-সন্তান আদিল হুছেইন, হাৰ্টথ্ৰৱ জুবিন…
Cinebarta The Kashmir Files Rainbow Fields2

The Kashmir Files-ৰ আগতেই নেলীৰ ঘটনাক লৈ নিৰ্মাণ হৈছিল ছবি, কিন্তু…

বলিউডত নিৰ্মাণ হোৱা আন কোনো ছবিক লৈ সমগ্ৰ ভাৰতবৰ্ষত ইমান চৰ্চা তথা বিতৰ্ক হোৱা মনত নপৰে, যিমান চৰ্চা শেহতীয়া ছবি The Kashmir Files-ক কেন্দ্ৰ কৰি পৰিলক্ষিত হৈছে ৷ যোৱা ১১ মাৰ্চত মুক্তি লাভ কৰা এই ছবিখনে বক্স অফিচত সৃষ্টি কৰিছে একপ্ৰকাৰৰ ধুমুহা ৷ মাত্ৰ ১৪ কোটি টকা বাজেটেৰে নিৰ্মাণ কৰা…

সংগ্ৰামীৰ কন্যা! মুকলি হ’ল নতুন অসমীয়া ছবি Across The Paddy Fields-ৰ ট্ৰেইলাৰ

জীয়া কাহিনীৰ ওপৰত আধাৰিত এখন হিন্দী ছবিয়ে এতিয়া সমগ্ৰ ভাৰতবৰ্ষত সৃষ্টি কৰি আছে আলোড়ন। প্ৰতিদিনে বক্স অফিচত নতুন অভিলেখ গঢ়ি আছে এই সঁচা ঘটনাৰ আধাৰত নিৰ্মিত ছবিখনে। আমি সকলোৱে জানো যে এই ছবিখনৰ নাম হৈছে 'The Kashmir Files'। এতিয়া এনে এক সঁচা ঘটনাৰ আলমতেই নিৰ্মীয়মান এখন অসমীয়া ছবিৰ ট্ৰেইলাৰ মুকলি…

এইবাৰ শিলচৰত Prag Cine Award 2022 : আহিব বংগৰ ছুপাৰষ্টাৰ Prosenjit

প্ৰতিবছৰৰ দৰে এইবাৰো আহি আছে প্ৰাগ চিনে এৱাৰ্ড। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে বিশেষ গুৰুত্ব বহন কৰা এই অনুষ্ঠানটোৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। পিছে এইবাৰ গুৱাহাটী মহানগৰী অথবা ব্ৰহ্মপুত্ৰ উপত্যকাত অনুষ্ঠিত নহয় এই অনুষ্ঠান। ইয়াৰ পৰিৱৰ্তে এইবাৰ বৰাক উপত্যকাৰ শিলচৰত অহা ২৬ মাৰ্চত আয়োজন কৰা হৈছে Prag Cine Award 2022। অলপতে…
Assamese Cinema Poster

জ্যোতিপ্ৰসাদৰ সপোন, চেলুলয়ডৰ পৃথিৱী আৰু অসমীয়া ছবিৰ উত্তৰণ

যেতিয়া ভাৰতীয় ছবিজগতে খোজকাঢ়িবলৈ শিকিছিল, সেই সময়তে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদেও অসমীয়া ছবিক লৈ সপোন দেখা আৰম্ভ কৰিছিল৷ সেই সপোনে পূৰ্ণাংগ ৰূপ পালে ১৯৩৫ চনত৷ অসম আৰু অসমীয়াৰ বাবে গৌৰৱৰ প্ৰতীক হিচাপে বিশ্ব ছবিজগতত আত্মপ্ৰকাশ কৰিলে অসমীয়া ছবিয়ে৷ অসমীয়াৰ সেই গৌৰৱৰ স্বাক্ষৰ আছিল– জয়মতী৷ Joymoti : Poster and a still (1935) অসমীয়া…