• Home
  • Category: Articles

শব্দ নিশব্দ কোলাহল: ত্ৰিমাত্ৰিক ইন্দ্ৰিয় সমদল : Soul of Silence

- ড০ দীপশিখা ভাগৱতী শব্দএটা জুপুৰী। মিডিয়াম ক্লজ্ শ্বটত ঘৰৰ ভিতৰৰ আৰু চোতালৰ ছবি। শুকান, শেঁতা। চৌপাশৰ সেউজীয়াৰ সৈতে যাৰ কোনো সমন্বিত ভাৰসাম্য নাই। গ্ৰাম্য পৰিবেশৰ, নিম্ন মধ্যবিত্ত মানুহ এঘৰৰ এটা সাধাৰণ ভাৱে সজোৱা কোঠা, এখন বিছনা, তাত অলস ভাবে শুই থকা এগৰাকী কম বয়সীয়া মহিলা। এক্সট্ৰিম ক্ল'জ স্বটে দেখুৱায়…

‘ছফ্‌ট পাৱাৰ’ হিচাপে ভাৰতীয় চিনেমাৰ সম্ভাৱনা : বিশিষ্ট চিত্ৰনিৰ্মাতা উৎপল দত্তৰ লেখা

উৎপল দত্ত প্ৰথমেই মেইলখনৰ প্ৰেৰকৰ নাম চাইছিলোঁ আৰু তলত প্ৰফেচৰ য়ুগাংক গোয়েলৰ নামটো মোৰ বাবে আচৰিত ঘটনা আছিল ৷ তেখেতৰ সতে মোৰ কোনো চিনাকি নাই, কিন্তু উত্তৰ পূব ভাৰতৰ কৃষিৰ বিষয়ে কৰা কামৰ প্ৰসংগত মই তেখেতৰ বিষয়ে সামান্য জানিছিলোঁ ৷ তেখেত জাৰ্মানীৰ হামবাৰ্গ বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ আইন আৰু অৰ্থনীতিৰ ডক্টৰেট, কিন্তু…

বন্ধুবৰ আদিল ! অভিনেতা Adil Hussain-ৰ এটা টুইটক লৈ দেশজুৰি বিতৰ্ক, বন্ধুৱে লিখিলে প’ষ্ট

Adil Hussain বন্ধুবৰ আদিল.. এনেকৈয়ে আৰম্ভ হৈছে এটা ফেচবুক প'ষ্ট। অথবা এই প'ষ্টটোক এখন বেছ দীঘলীয়া চিঠি বুলিও ক'ব পাৰিছে। শিৰোনামটো পঢ়িয়েই নিশ্চয় সকলোৱে ধৰিব পাৰিছে যে এই প'ষ্ট লিখা হৈছে বলিউড তথা হলিউডতো প্ৰতিষ্ঠা লাভ কৰা অসমৰ সুসন্তান অভিনেতা আদিল হুছেইনক লক্ষ্য কৰি। লিখিছে আদিলৰ এগৰাকী বন্ধু তথা অসমৰ…
Cinebarta The Kashmir Files Rainbow Fields2

The Kashmir Files-ৰ আগতেই নেলীৰ ঘটনাক লৈ নিৰ্মাণ হৈছিল ছবি, কিন্তু…

বলিউডত নিৰ্মাণ হোৱা আন কোনো ছবিক লৈ সমগ্ৰ ভাৰতবৰ্ষত ইমান চৰ্চা তথা বিতৰ্ক হোৱা মনত নপৰে, যিমান চৰ্চা শেহতীয়া ছবি The Kashmir Files-ক কেন্দ্ৰ কৰি পৰিলক্ষিত হৈছে ৷ যোৱা ১১ মাৰ্চত মুক্তি লাভ কৰা এই ছবিখনে বক্স অফিচত সৃষ্টি কৰিছে একপ্ৰকাৰৰ ধুমুহা ৷ মাত্ৰ ১৪ কোটি টকা বাজেটেৰে নিৰ্মাণ কৰা…

ৰাইজ সাজু নে ? আহি আছে ‘বিদুৰভাই ছিজন ২’ : আকৌ নতুন সোৱাদৰ প্ৰতিশ্ৰুতি

বোলো খবৰটো পাইছেনে ? কি ক'লে ? নাই পোৱা? হেৰি, বিদুৰভাই আকৌ আহি আছে নহয়। একেবাৰে নতুন ৰূপত, নতুন সোৱাদ লৈ। হয়, অসমৰ দৰ্শকৰ মন জয় কৰাৰ লগতে ইন্টাৰনেটৰ পৃথিৱীত বহুল জনপ্ৰিয়তা লাভ কৰা অসমীয়া ৱেব ছিৰিজ 'বিদুৰভাই'ৰ ছিজন-২ শীঘ্ৰে মুক্তি লাভ কৰিব। এই বাৰ্তাই স্বাভাৱিকতে চৰ্চা লাভ কৰাৰ সময়তে…
Assamese Cinema Poster

জ্যোতিপ্ৰসাদৰ সপোন, চেলুলয়ডৰ পৃথিৱী আৰু অসমীয়া ছবিৰ উত্তৰণ

যেতিয়া ভাৰতীয় ছবিজগতে খোজকাঢ়িবলৈ শিকিছিল, সেই সময়তে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদেও অসমীয়া ছবিক লৈ সপোন দেখা আৰম্ভ কৰিছিল৷ সেই সপোনে পূৰ্ণাংগ ৰূপ পালে ১৯৩৫ চনত৷ অসম আৰু অসমীয়াৰ বাবে গৌৰৱৰ প্ৰতীক হিচাপে বিশ্ব ছবিজগতত আত্মপ্ৰকাশ কৰিলে অসমীয়া ছবিয়ে৷ অসমীয়াৰ সেই গৌৰৱৰ স্বাক্ষৰ আছিল– জয়মতী৷ Joymoti : Poster and a still (1935) অসমীয়া…